Home ৰাজ্য‘বিশ্বৰ সঁফুৰাত মহৎ লোকৰ দিগদৰ্শন’ উন্মোচন

‘বিশ্বৰ সঁফুৰাত মহৎ লোকৰ দিগদৰ্শন’ উন্মোচন

by News Desk
78 views
A+A-
Reset

গোৰেশ্বৰঃ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত এগৰাকী মহিলাই সাহিত্যৰ ভড়াল চহকী কৰাৰ বাবে নিৰলস সাধনা কৰি আহিছে৷ ছাত্ৰ জীৱনৰ পৰাই সমাজ, সভ্যতা, ক্ষোভ, প্ৰেম-ভালপোৱা সন্দৰ্ভত  কবিতা, প্ৰৱন্ধ, গল্প আদি লিখি আহা বাক্সা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুফুলচ’কী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গোলাপলতা গোস্বামীয়ে লিখি উলিওৱা এখন গ্ৰন্থ আজি উন্মোচন কৰা হয়।

বিদ্যালয়খনত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় ‘বিশ্বৰ সঁফুৰাত মহৎ লোকৰ দিগদৰ্শন’ নামৰ গ্ৰন্থখন। কৃষ্ণদাস স্বৰ্গীয়াৰীৰ পৌৰহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মচন কৰে গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নগেন কাকতিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0