58
বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকাঠা আদাবাৰী গাঁও পঞ্চায়তত ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলি আছে ভাৰত চৰকাৰৰ স্বচ্ছতাই সেৱা অভিযান।
এই উপলক্ষ্যে আজি পঞ্চায়তখনৰ ৰাইজে শ্ৰমদান কাৰ্যসূচী পালন কৰে৷ ৰাইজে শ্ৰমদান কৰি ভাৰত চৰকাৰৰ স্বচ্ছতা অভিযানৰ অনাময় শৌচাগাৰ নিৰ্মান কৰে৷