56
বৰনদ্দীঃ নলবাৰী জিলাৰ প্ৰাক্তন সৈনিক সংস্থাৰ উদ্যোগত দেওবাৰে নলবাৰী চহৰৰ শংকৰদেৱ বিবাহ ভৱনত এখন প্ৰাক্তন সৈনিক সমাৱেশ অনুষ্ঠিত হয়।
প্ৰাক্তন সৈনিকসকলে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ লগতে সৈনিকসকলৰ পৰিয়ালৰ লোকসকলৰ লগত মত বিনিময় কৰে। ভাৰতৰ লগত পাকিস্তানৰ যদিহে যুদ্ধ আনুষ্ঠানিকভাৱে ঘোষণা হয় তেনেহ’লে প্ৰাক্তন সেনা জোৱানসকলে নিজৰ নিজৰ ঠাইত যোগদান কৰি দেশ মাতৃক ৰক্ষাকৰিবলৈও সাজু বুলিও মন্তব্য কৰে।