67
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মঙলবাৰে সন্ধিয়া নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰাদীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
এখন তীব্ৰ বেগী মাছ ভৰ্তি বাহনে এজন চাইকেল আৰোহীক খুন্দিওৱাৰ ফলত চাইকেল আৰোহীজন নিহত হয়। নিহত ব্যক্তিজন গোসাইগাঁৱৰ আলী হুছেইন শ্বেখ (৩৫) বুলি জানিব পৰা গৈছে।