Home ৰাজ্যবৰনৰ্দ্দীৰ ৯৭ তম যজ্ঞমহোৎসৱৰ সফল সামৰণি

বৰনৰ্দ্দীৰ ৯৭ তম যজ্ঞমহোৎসৱৰ সফল সামৰণি

by News Desk
A+A-
Reset
1503ce04-56aa-4369-b8b9-0c0c6ac946d2

বৰনৰ্দ্দীঃ অসমৰ অতি প্ৰাচীনতম্ ঐতিহ্যমণ্ডিত বৰনৰ্দ্দীৰ ৯৭তম্ যজ্ঞমহোৎসৱৰ দেওবাৰে পূৰ্ণাহুতিৰে সফল সামৰণি পৰে। যোৱা ২০ মাৰ্চত উদ্বোধনি হোৱা মহোৎসৱখনৰ ২১ মাৰ্চৰ দিনা সূৰ্যৰপৰা অগ্নি আহৰণেৰে যজ্ঞ কুণ্ডত আহুতি প্ৰদান কৰা হয়। 

আজি পুৱাৰে পৰা পূৰ্ণাহুতি প্ৰদান কৰি দুপৰীয়া মহাশান্তি প্ৰদান কৰি পূজাৰীসকলে ৰাইজৰ মংগল কামনা কৰে। উক্ত অনুষ্ঠানত প্ৰায় সহস্ৰাধিক ভক্তপ্ৰান ৰাইজৰ সমাগম হয়। মহাশান্তিৰ পিছত ৰাইজে ভোগ গ্ৰহন কৰাৰ পাছত এই মহোৎসৱৰ সফল সামৰণি পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0