70
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী পৌৰ সভাৰ এলেকাৰ মালিকুছিৰ এটি বিধ্বস্ত পথৰ বাবে সোমবাৰে বাৰে প্ৰতিবাদমুখৰ হৈ পৰে স্থানীয় মহিলাসকল।
উল্লেখ্য যে পৌৰ সভাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই বাৰিষা আহিলেই এজাক বৰষুনতেই ৰাইজে যমৰ যাতনা ভুগি আহিব লগা হৈছে।