Home ৰাজ্যমালিকুছি ঐতিহ্যমণ্ডিত শ্যামৰায় সত্ৰত কৃৰ্তীমানৰ সম্বৰ্ধনা অনুষ্ঠান

মালিকুছি ঐতিহ্যমণ্ডিত শ্যামৰায় সত্ৰত কৃৰ্তীমানৰ সম্বৰ্ধনা অনুষ্ঠান

by News Desk
A+A-
Reset
78a4f398-30c3-4033-b80f-e53954c6bf15

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চৈধ্য গৰাকী ছাত্ৰ-ছাত্ৰীক দেওবাৰে নামনি অসমৰ ঐতিহ্য মণ্ডিত অন্যতম ধৰ্মীয় পীঠস্থান নলবাৰীৰ মালিকুছি শ্যামৰাই সত্ৰত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। 

কালি দিনৰ ভাগত সত্ৰ প্ৰাংগনত অনুষ্ঠিত সভাখনত বৃহত্তৰ মালিকুছি অঞ্চলৰ উক্ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষক সমাজ কৰ্মী শংকৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাখনত সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰী সকল হ’ল উপাসনা শৰ্মা, ৰশ্মি ৰেখা দেৱী, নিশিতা চৌধুৰী, দিব্যজ্যোতি তালুকদাৰ, সীমাশ্ৰী ডেকা, লিজা দেৱী, পিনাক্ষী বৰুৱা, জ্যোতিৰ্মই ডেকা, নীলাভ তালুকদাৰ, নৱনিতা তালুকদাৰ, বিকাশ তালুকদাৰ, আৰু ভাৰ্গব জ্যোতি বৰুৱা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0