Home ৰাজ্যবৰপেটাত পৃথকে পৃথকে পথ দুৰ্ঘটনা

বৰপেটাত পৃথকে পৃথকে পথ দুৰ্ঘটনা

by News Desk
A+A-
Reset
bo

চুলতান চালেহ আহমেদ, বৰপেটাঃ বৰপেটা জিলাৰ ভেল্লাত বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে গুৱাহাটীৰ দিশৰপৰা বৰপেটা অভিমুখে আহি থকা এখন ব্যৱসায়িক অনুজ্ঞাপত্ৰ থকা AS01JC7098 নম্বৰৰ ছুইফট ডিজায়াৰ এখনে AS01EA1625 নম্বৰৰ এখন বাইকক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

দুৰ্ঘটনাটোত বৰপেটা সত্ৰকণৰাৰ ইউচুফ আলী আৰু আকলিমা খাতুন নামৰ স্বামী-স্ত্ৰীহাল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুয়োজনকে প্ৰাথমিক চিকিৎসাৰ অন্ততঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আনটো দুৰ্ঘটনা সংঘটিত হয় বৰপেটাৰ খঙৰাত সংঘটিত হয়। এখন তীব্ৰবেগী ইণ্ডিকা বাহনে পথেৰে চাইকেল চাইকেল চলাই গৈ থকা এজন পথচাৰীক পিছপিনৰ পৰা খুন্দিয়াই পলায়ন কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0