Home ৰাজ্যবৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰভাৱে দেহ দান

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰভাৱে দেহ দান

by News Desk
A+A-
Reset
deh

বৰপেটাঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে মৰণোত্তৰভাৱে দেহ দান কৰা হয়৷ বৰপেটা জিলাৰ পাঠশালাৰ বিশিষ্ট মহিলা লক্ষী দেৱীয়ে ২০১৭ বৰ্ষৰ ১৭ এপ্ৰিলত এক ইচ্ছা পত্ৰৰ জৰিয়তে নিজৰ দেহটো চিকিৎসা মহাবিদ্যালয়ত দান কৰিছিল৷

চিপিআই(এম)ৰ আদৰ্শৰে লক্ষী দেৱীয়ে মৃত্যুৰ আগমুহুৰ্তলৈকে অঞ্চলটোত অন্ধ বিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে কাম-কাজ কৰি আহিছিল৷ সৰবৰহী মহিলাগৰাকীৰ ইচ্ছা অনুসৰি পৰিয়ালৰ লোকে আজি লক্ষী দেৱীৰ মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত দান কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0