64
বৰেপেটাঃ বুধবাৰে বৰপেটাৰ হাউলীত এক ভয়ংকৰ দুৰ্ঘটনা দুজন লোক নিহত হয়৷
জানিব পৰা মতে হাউলীৰ ব্লক অফিচৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুইফট ডিজায়াৰত আহি থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুইজন লোকে মৃত্যুক সাবতি লয়৷