Home ৰাজ্যমথনগুৰি বি পি এফ দলৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা

মথনগুৰি বি পি এফ দলৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা

by News Desk
A+A-
Reset

 বৰপেটাৰোডঃ ইছলাম ধৰ্মী লোকৰ পবিত্র ঈদ উল ফিটৰৰ উপলক্ষে বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ বি পি এফৰ মথনগুৰি সমষ্টিৰ  অধীনৰ মথনগুৰি ব্লক বি পি এফ দলে শুভেচ্ছা জনাইছে। মথনগুৰি ব্লক বি পি এফ দলৰ সভাপতিৰ খনিন্দ্ৰ ব্ৰহ্ম(গবলা)য়ে কয় যে পবিত্ৰ ৰমজান মাহৰ যি মাহজোৰা কঠোৰ ব্ৰতৰ (ৰোজা)ৰ অন্তত মুছলমান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল ফিটৰে সমাজত ভাতৃত্ববোধ, একতা, সমন্বয় সৃষ্টি কৰি এনাজৰী সু-দৃঢ় তথা শুভ বাৰ্তা কঢ়িয়াই অনাৰ পোষকতা কৰে।

আনহাতে পৱিত্ৰ ঈদ উল ফিটৰ উপলক্ষে বৰপেটা জিলা বিপিএফ দলৰ কোষাধ্যক্ষ আব্দুল ৰৌফ, সভাপতি প্ৰদীপ দেৱনাথ, মথনগুৰি সমষ্টিৰ এম, চি, এল, এ, গৌতম দাস আৰু প্ৰাক্তন মথনগুৰি সমষ্টিৰ এম, চি, এল, এ, মাখন স্বৰ্গীয়াৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0