Home ৰাজ্যবৰপেটাৰোড আৰ. পি. এফে উদ্ধাৰ কৰিলে দুই শিশু

বৰপেটাৰোড আৰ. পি. এফে উদ্ধাৰ কৰিলে দুই শিশু

by News Desk
A+A-
Reset
595af3b9-2f87-4ce0-a9cb-fa8ebe76b9d3

বৰপেটা ৰোডঃ নামনি অসম বণিজ্যিক প্ৰধান চহৰৰ ৰে’ল ষ্টেচনৰপৰা দুটা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰপেটাৰোড আৰ. পি. এফ ৰ উপ পৰিদৰ্শক সুভাষ চন্দ্ৰ ডেকা আৰু কনিষ্ঠবল ৰানা দাসে বৰপেটাৰোড ৰে’ল ষ্টেচনত দেওবাৰে প্ৰায় ১.৩০ বজাত দুটা শিশু ঘূৰা ফুৰা কৰি থকা দেখি দুটা শিশুক আটক কৰি আৰ. পি.এফৰ কাৰ্য্যালয়ত লৈ গৈ সুধা পোছা কৰাত শিশু দুটাৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গনবীন্না গাঁওৰ মানোহৰ হুছেইন (১১) বছৰ উমৰ আলি (8) বুলি পৰিচয় দিয়ে। 

সম্বন্ধত দুয়ো ভাই ককাই লগতে ঘাত মাউৰা আছিল। সোমবাৰে বৰপেটাৰোড আৰ. পি. এফে  উদ্ধাৰ কৰা দুটা শিশুক বৰপেটা শিশু সুৰক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, বৰপেটাৰোড আৰ. পি.এফ ৰ উপ পৰিদৰ্শক সুভাষ চন্দ্ৰ ডেকাৰ নেতৃত্বত বিগত মে’ মাহত এটা দুষ্ট চক্ৰই বহি ৰাজ্যলৈ বিক্ৰী কৰিব নিয়াৰ পথতে বৰপেটা ৰোড ৰেল ষ্টেচনত চাৰিটা কৈ শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0