Home ৰাজ্যইৰাণী গ্ৰুপৰ দুই চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

ইৰাণী গ্ৰুপৰ দুই চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

by News Desk
A+A-
Reset
5f447184-e5b7-4574-a087-22e2f4af96cd

বৰপেটাঃ ৰোড ৩১ মে-নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটাৰােডৰ আৰক্ষীয়ে ২৯ মে’ৰ নিশা বৰপেটাৰােড ৰে’ল ষ্টেচনৰপৰা বেংকৰ গ্রাহকৰপৰা অতি কৌশলেৰে ধন লুট কৰা ইৰাণী গ্রুপৰ দুটা সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰপেটাৰােডত এজন ব্যক্তিৰ গাড়ীৰপৰা চাৰিজনীয়া দুৰ্বৃত্তই যােৱা ২৭ মে’ত দুই লাখৰ অধিক ধন লুট কৰি নিয়াৰ ৭২ ঘণ্টাৰ ভিতৰতে বৰপেটাৰােড আৰক্ষীয়ে ইয়াৰে দুটা সদস্য আটক কৰে৷

এই পদক্ষেপৰ বাবে ৰাইজে আৰক্ষীৰ এই কার্যক প্রশংসা কৰিছে। ধৃত চোৰ দুটাক বিহাৰৰ কাটিহাৰ জিলাৰ কৰহা অঞ্চলৰ ভুৱন যাদৱৰ পুত্র ৰামকুমাৰ যাদৱ ( ৩৫ ) আৰু একেটা অঞ্চলৰে ৰাজেশ যাদৱৰ পুত্ৰ ৰাহুল যাদৱ (২৮) বুলি চিনাক্ত কৰা হৈছে। উল্লেখযােগ্য যে, বৰপেটাৰােডৰ ৰেমণ্ড শ্ব’ ৰুমৰ সন্মুখৰ পৰাই সৰভােগৰ কামাৰগাঁও নিবাসী তথা জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কর্মচাৰী মােজাহাৰ আলীৰ এখন হােণ্ডাই ইয়ন গাড়ীৰ গ্লাছ ভাঙি যােৱা সােমবাৰে ২ লাখ ৩০ হেজাৰ টকা লুট কৰি নিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0