Home ৰাজ্যএছএছবি কেম্প হাউলীত পঞ্চম আন্তৰ্জাতিক যোগ দিৱস উদযাপন

এছএছবি কেম্প হাউলীত পঞ্চম আন্তৰ্জাতিক যোগ দিৱস উদযাপন

by News Desk
A+A-
Reset
7100f445-52cd-4602-a328-f8ef0abd58a4

চুলতান চালেহ আহমেদ,​ বৰপেটাঃ ২১ জুন আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে হাউলীৰ বি এইচ কলেজৰ কাষতে থকা ৬৪ এচএচবি বৰমা কেম্পত আন্তৰ্জাকিত যোগ দিৱস উদযাপন কৰা হয়। 

তদুপলক্ষে আয়োজিত যোগ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে এছিয়ান মিছন ইনষ্টিটিউটৰ সঞ্চালক ডা০ আব্দুল কদ্দুছ শিকদাৰ আৰু কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ। কেম্পটোৰ সহকাৰী কমাণ্ডেন্ট সোভা সিং¸ চিকিৎসা বিষয়া ডা০ এছ ৰঞ্জন সিং¸ মহিলা সংগঠন সন্দীক্ষাৰ অধ্যক্ষা শ্ৰীমতী নুন শীতলহাওৰ সৈতে অন্যান্য বিষয়া¸ সহকাৰী বিষয়া¸ কৰ্মচাৰী¸ কেম্পটোৰ মহিলা সদস্য আৰু পৰিয়ালৰ সদস্যও উপস্থিত থাকি যোগাসনত অংশ গ্ৰহণ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0