Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুৰ অনশন

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুৰ অনশন

by News Desk
A+A-
Reset
87734d83-33e4-4339-b40c-a3f0487791ad

বৰপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত ৰাজ্যজুৰি পুৱা ৬ বজাৰপৰা আবেলি ৪ বজালৈ আহ্বান জনোৱা ১০ ঘন্টীয়া অনশন কার্যসূচীৰ অংশৰূপে ধনশিৰি মহকুমাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্র সন্থাৰ লগতে টেঙানী উপ-আঞ্চলিক ছাত্র সন্থাই কাৰ্যসূচী হাতত লয়। 

অনশন কার্যসূচীত ছাত্র সংগঠনটোৰ শতাধিক ছাত্র কৰ্মীৰ লগতে স্থানীয় ৰাইজেও অংশগ্রহণ কৰে। ছাত্র কৰ্মী সকলে বিভিন্ন শ্ল’গানেৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0