67
বৰপথাৰঃ এইবাৰ আলফাৰ নামত ধন দাবী কৰিলে অখ্যাত সংগঠনে ৷ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানী কঁঠবিলত সংঘটিত এক ধন দাবীৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷
২৪ ডিচেম্বৰত টেঙানী কঁঠবিলৰ এটা পৰিয়ালক ম’বাইল ফ’নযোগে পাঁচ লাখ টকা আলফাৰ নামত বিচাৰে অখ্যাত সংগঠনৰ সদস্যই৷