51
newsnextone.com | মৰিয়নীঃ মৰিয়নীৰ নকছাৰীত চলন্ত ৰেলৰ পৰা পৰি এজনৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।
জানিব পৰা মতে, নামনিমুৱা অবোধ আছাম নামৰ ৰে’লগাড়ীখনৰে যুৱকজনে যাত্ৰা কৰি থকা সময়তে দূৰ্ঘটনাটো সংঘটিত হয়।