56
তেজপুৰঃ তেজপুৰৰ মাজ নিকামুল অঞ্চলৰ এজন যুৱক ২৬ আগষ্টৰ পৰা সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তেজপুৰ নিকামুলৰ নিবাসী পৱিত্ৰ কুমাৰ শেনচোৱাৰ পুত্ৰ ৩১ বছৰীয়া উৎপল কুমাৰ শেনচোৱাই ২৬ আগষ্টত পুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই যোৱাৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হয়।