56
লালুকঃ বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় ব্ৰেইলী দিৱস পালন কৰাৰ লগতে বিহপুৰীয়াতো পালন কৰা হয়৷ ৰাজ্যৰ দ্বিতীয়খন অন্ধ শিশু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষকসকলে অনুষ্ঠিত কৰিলে দৃষ্টিহীনসকলৰ দৃষ্টি দাতা লুই ব্ৰেইলীৰ জন্ম দিৱস৷
দৃষ্টিহীন পৰিষদ অসম, প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম আৰু ৱৰ্কউইচে বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল ব্ৰেইলী দিৱস৷