BREAKING

by News Desk
A+A-
Reset
862657d2-9781-4c2f-8b04-d374daf1964a

গুৱাহাটীঃ

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ সংবাদমেল
‘নিৰ্বাচন যিমানেই শেষ হৈ আহিছে মোদী ডাঙৰীয়া সিমানেই হতাশ হৈছে’
‘হতাশ হৈয়েই তেঁও আবোল তাবোল বকিবলৈ লৈছে’
‘ডিজিটেল কেমেৰাত ফটো তুলি আদৱানিক দিছিল মোদীয়ে’
‘কিন্তু সেই সময়ত ভাৰতত ডিজিটেল কেমেৰাই নাছিল’
‘বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইকক লৈ মোদীয়ে মন্তব্য কৰিছিল’
‘এই কথাইও মোদীৰ হতাশাকেই প্ৰতিপন্ন কৰিছে’
‘মোদীয়ে পাহৰি গৈছে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী’
‘পাঁচ বছৰ আগতে দিয়া এটাও আশ্বাস পূৰণ নকৰিলে’
প্ৰধানমন্ত্ৰী ডিমেনছিয়া ৰোগত ভুগিছেঃ তৰুণ গগৈ
‘মোদী মিছা কথা কোৱা মেচিন’
‘এইবাৰ নিৰ্বাচনত BJP-এ কলা ধন ব্যৱহাৰ কৰিছে’
‘তেওঁৰ দলে ইমান টকা ক’ত পালে?’
‘ৰাজীৱ গান্ধীক ভ্ৰষ্টাচাৰী বুলি কৈছে মোদীয়ে’
মোদী আটাইতকৈ ভ্ৰষ্টাচাৰীঃ তৰুণ গগৈ
‘দুটাকৈ কাগজৰ কল মাৰি পেলালে’
‘চৰকাৰ খনে মৌন হৈ চাই আছে’
‘জাতি মাটিৰ কথা কয় কিন্তু কাগজ কল দুটা বচাব নোৱাৰিলে’
‘হিমন্তই কলকতাত কি কৰিছে?’
‘টকা বিলোৱাৰ বাদে হিমন্তই কি কৰিছে?’
‘টকা-ক্ষমতাৰ বলেৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰক ধ্বংস কৰা হৈছে’
‘কামৰে নহয়, মোডী বন্দনাৰে হিমন্ত মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে’
সংবাদমেলত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
‘মুখ্যমন্ত্ৰীয়ে শোচনীয় ৰাস্তাত নামি বিষয়াক মাতি আনে’
‘ৰাস্তা মেৰামতি কৰিবলৈ সময় বান্ধি দিয়ে’
‘কিন্তু নিৰ্মাণ নহময় ৰাস্তা’
‘NRCৰ নামত সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়া হৈছে’
‘সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তি কৰা বিষয়াক শাস্তি দিয়ক’
‘প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিবলৈ প্ৰতীক হাজেলাই ক’ত সাহস পালে?’
‘প্ৰয়োজন হ’লে হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিম’
সংবাদমোলত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0