78
মেনিলাঃ মাজ আকাশত কণমানি যাত্ৰীক নিজৰ গাখীৰ খুৱাই সকলোৰে অন্তৰ জয় কৰিলে এগৰাকী এয়াৰ হোষ্টেজে।
ফিলিপাইনছৰ এখন বিমানৰ ঘৰুৱা উৰণৰ সময়ত এটি শিশুৱে বৰকৈ কন্দাত পেট্ৰিশা অ’ৰ্গানো নামৰ ২৪ বছৰীয়া এয়াৰ হোষ্টেজগৰাকীয়ে শিশুটিৰ মাতৃৰ ওচৰলৈ যোৱাত জানিব পাৰিলে যে, মহিলাগৰাকীয়ে শিশু খাদ্য আনিবলৈ পাহৰিলে আৰু তেওঁ মাতৃদুগ্ধ দিয়াত অপাৰগ।