79
লছ এঞ্জেলছঃ অকল শিশুৰ মাজতে নহয়, সকলোৰে মাজত জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ ‘স্পাইডাৰ মেন’ৰ স্ৰষ্টা ষ্টান লীৰ ৯৫ বছৰ বয়সত লছ এঞ্জেলছৰ এখন হাস্পাতালত সোমবাৰে মৃত্যু হয়। ছুপাৰ হিৰ’ৰ ধাৰণা স্পাইডাৰ-মেনৰ জৰিয়তে সলনি কৰিবলৈ সক্ষম হোৱা বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ বিষয়ে তেওঁৰ কন্যাই জানিবলৈ দিয়ে।
অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ জানোৱা হোৱা নাই।