Home ৰাজ্যনলবাৰীত ভঙা দলঙে উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰুপ

নলবাৰীত ভঙা দলঙে উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰুপ

by News Desk
53 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ ৫৯ নম্বৰ নলবাৰী আৰু ৬১ নম্বৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ সমীপৰ ঐতিহাসিক পকোৱা লক্ষ্মী মন্দিৰৰ ওচৰৰ ভালুকমাৰা জানৰ ওপৰত থকা কাঠৰ দলং খন এতিয়া স্থানীয় ৰাইজৰ বাবে যেন মৰণফান্দলৈ পৰিণত হৈছে।

জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ এই পথটোৰে বাহঁজানী মৌজাৰ বৃহত্তৰ আজাৰা, দৌকুছি, চান্দকুছিৰ, মাজদিয়া আদি অঞ্চলৰ লগতে পকোৱা মৌজাৰ বৃহৎ অঞ্চলৰ ৰাইজে নলবাৰী হৈ গুৱাহাটী লৈ যাতায়ত কৰে। ঐতিহাসিক গুৰুত্ব থকাৰ লগতে বৰ্তমান সময়ত এটা অতি ব্যস্ততাপূৰ্ণ পথ হিচাপে পথটোৱে যিমান গুৰুত্ব পাব লাগিছিল আৰু যিদৰে নিৰ্মাণ হ’ব লাগিছিল সেয়া হৈ উঠা নাই। দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ ওপৰত থকা কাঠৰ দলঙৰ অৱস্থা এতিয়া তেনেই তথৈবচ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0