44
newsnextone.com | তেজপুৰঃ ‘সেউজ চতিয়া পৰিস্কাৰ চতিয়া’ বাক্যশাৰী শিৰোগত কৰি সোমবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই এক বৃক্ষ ৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰে।
চাৰিদুৱাৰ ইউথ ছ’চাইটিৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্য্যসূচীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ উপস্থিত থাকি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।