Home ৰাজ্যবিতৰ্কৰ অন্তত সিদ্ধান্ত, বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংশ্লিষ্ট ভাষাতে জমা দিব পাৰিব গৱেষণা পত্ৰ

বিতৰ্কৰ অন্তত সিদ্ধান্ত, বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংশ্লিষ্ট ভাষাতে জমা দিব পাৰিব গৱেষণা পত্ৰ

by News Desk
73 views
A+A-
Reset

কোকৰাঝাৰঃ আধুনিক ভাৰতীয় ভাষা বিভাগৰ গৱেষক ছাত্ৰই পিএইচডি বা এমফিল ডিগ্ৰী লাভৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত গৱেষণাপত্ৰ জমা দিবলগীয়া হোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত অৱশেষত বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়। 

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং সমিতিৰ বৈঠকত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীয়ন কৰা গৱেষক ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা ভাষা বিষয়ত সংশ্লিষ্ট ভাষাতে অথবা ইংৰাজীত নিজৰ গৱেষণাপত্ৰ লিখিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং সমিতিৰ এই সিদ্ধান্ত সন্দৰ্ভত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই বিইউ/ভিচি/২০১৮/৬৫৯ নম্বৰৰ এক জাননী জাৰি কৰি এই কথা সকলো পক্ষকে অৱগত কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0