মুকালমুৱাঃ সমগ্ৰ ৰাজ্যৰ লগতে মুকালমুৱাৰ নপ্তিপাৰা গাঁৱতো উলহ-মালহেৰে বুদ্ধ পূৰ্ণিমা আয়োজন কৰা হয়। লোক বিশ্বাস মতে গছৰ ডালত এনেদৰে গামোচা বান্ধিলে মনৰ কামনা পূৰ্ণ হয়। সেয়ে হাজাৰ হাজৰ লোক সমবেত হৈ উক্ত স্থানত বন্তি প্ৰজ্বলন কৰা দেখা গৈছে।