newsnextone.com | ডিজিটেল ডেস্কঃ নতুন ইতিহাসৰ সূচনা কৰিবলৈ ২০১৭ চনৰ ২৪ এপ্ৰলিত আহমেদাবাদ-মুম্বাই বুলেট ট্ৰেইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছিনঝো আবেই। ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত এই বুলেট ট্ৰেইন আছিল নৰেন্দ্ৰ মোডীৰ অন্যতম প্ৰতিশ্ৰুতি।
জাপানৰ হাতত হাত ধৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আগবাঢ়িছিল নৰেন্দ্ৰ মোডীয়ে। এইক্ষেত্ৰত মোডীক সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। ‘ভাৰতৰ এই প্ৰকল্পক বাস্তৱ ৰূপ দিবলৈ ইতিমধ্যে জাপানৰ অভিযন্তাই বিভিন্ন দিশ চোৱাচিতা কৰি আছিল৷