Home ৰাজ্যমাৰ্ঘেৰিটাৰ ব্যৱসায়ীৰ পুত্ৰ অৰুণাভ ফুকনক মুকলি কৰি দিলে আলফা স্বাধীনে

মাৰ্ঘেৰিটাৰ ব্যৱসায়ীৰ পুত্ৰ অৰুণাভ ফুকনক মুকলি কৰি দিলে আলফা স্বাধীনে

by News Desk
55 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিলে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক৷ সোমাবাৰে মুকলি কৰি দিয়ে অৰুণাভক৷ জানিব পৰা মতে, অৰুণাচলৰ দুৰ্গম লংভী গাঁৱত পাহাৰত মুকলি কৰি দিয়ে ব্যৱসায়ীৰ পুত্ৰ জনক৷

সেনা-আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে লংভী গাঁৱত উপস্থিত হৈ অৰুণাভক সীমান্তৰ কমিউনিটি হেল্থ চেন্টাৰত ভৰ্তি কৰে৷ জানিব পৰা মতে, অৰুণাভৰ স্বাস্থ্যৰ যঠেষ্ট ক্ষতি হৈছে৷ যোৱা ১৫ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ জাগুণৰ বিশিষ্ট ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক আলফা স্বাধীনে অপহৰণ কৰিছিল৷ অৰুণাভক উদ্ধাৰৰ বাবে আৰক্ষী-সেনা-অৰ্ধসামৰিক বাহিনীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে আলফা স্বাধীনে মুকলি কৰি দিয়ে অৰুণাভক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0