124
গোৰেশ্বৰঃ বিজেপিয়ে হিন্দু বাঙালীসকলক ৰাজনৈতিক-অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰি দখল কৰিছিল যদিও হিন্দু বাঙালীসকল আজিও শোষণ-বঞ্চনাৰ বলি হৈ আহিছে।
সৰ্বানন্দ সোনোৱাল নেৰ্তৃত্বাধীন বিজেপি চৰকাৰে হিন্দু বাংলাদেশী সকলক প্ৰতাৰণা কৰিছে৷ এই অভিযোগ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ৷