Home ৰাজ্যচাকৰি দিম বুলি মাতি আনি নৱজিতৰ বাইক লৈ উধাও মিৰাজুল

চাকৰি দিম বুলি মাতি আনি নৱজিতৰ বাইক লৈ উধাও মিৰাজুল

by News Desk
57 views
A+A-
Reset

নলবাৰীঃ তেও মানুহক চাকৰি দিব পাৰে৷ তেওৰ ডাঙৰ-ডাঙৰ মানুহৰ সৈতে উঠা-বহা কৰে৷ কিন্তু তেও নিজে চুৰি কৰে বাইক৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ টিহু থানাৰ আৰক্ষীয়ে আটক কৰে চাকৰি দিব পৰা বাইক চোৰ মিৰাজুল আলীক। 

১৩ অক্টোবৰত বাক্সাৰ বেলগুৰি পথাৰৰ নৱজিৎ সূত্ৰধাৰক চাকৰি দিম বুলি মাতি আনে নলবাৰীলৈ৷ তাৰ পিছত নৱজিৎ সূত্ৰধাৰৰ AS-14-E-1422 নম্বৰৰ বাইক খন টিহুৰ পৰা লৈ উধাও হয় মিৰাজুলে৷ মিৰাজুলে পূৰ্বে বাইক চুৰি ঘটনাৰ লগত জড়িত থকাৰ লগতে মেগা-ফুড পাৰ্কত চাকৰি দিয়াৰ প্ৰলোভনেৰে বিভিন্ন জনৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0