40
গুৱাহাটীঃ অৱশেষত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনতাই সামূহিকভাৱে স্বস্তিৰ নিশ্বাস পেলালে৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনি সলনি কৰি ভাষিক স্বকীয়তা বিপদাপন্ন কৰিব বুলি শংকা থকা নাগৰিকত্ব সংশোধনী বিধেয়ক অৱশেষত ৰাজ্যসভাত উত্থাপন নহ’ল৷
ইফালে, ৰাজ্যসভা আজি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়৷