62
কাকপথাৰঃ নাগৰিকত্ব আইন বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ অসমৰ সমান্তৰালভাবে কাকপথাৰতো পৃথকে পৃথকে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে ৷
কাকপথাৰৰ ওবন গাঁৱৰ ৰাইজে ওবনৰ পৰা কাকপথাৰ টাউনলৈ বৃহৎ প্ৰতিবাদী জোঁৰ সমদল লোৱা হয় ৷ প্ৰায় দুই সহস্ৰাধিক ৰাইজে “বিজেপি চৰকাৰ মুৰ্দাবাদ” ” সৰ্বানন্দ সোনোৱাল হুছিয়াৰ” “এই জুই চলিছে” “নাগৰিকত্ব আইন বিধেয়ক বাতিল কৰক” ইত্যাদি শ্লগানে আকাশ বতাঁহ কপাই তোলে ৷