60
ডিজিটেল ডেস্কঃ দেশৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা অৱস্থা দাঙি ধৰিছে কেগৰ শেহতীয়া প্ৰতিবেদনে। শুকুৰবাৰে সংসদত উত্থাপন কৰা প্ৰতিবেদন মতে দেশৰ ২৪ খন ৰাজ্যতে মৌলিক প্ৰয়োজনীয় কেতবোৰ স্বাস্থ্য সামগ্ৰীয়ে নাই স্বাস্থ্য খণ্ডত।
দৰৱৰ গুৰুতৰ নাটনি ঘটা ৰাজ্যৰ এই তালিকাত নাম আছে অসম, বিহাৰ, চত্তীশগড়, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, চিকিম, তামিলনাডু, তামিলনাডু, টেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশকে ধৰি ২৪ খন ৰাজ্য।