46
newsnextone.com | ডিজিটেল ডেস্কঃ দক্ষিণ দিল্লীত এগৰাকী কানাডাৰ যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
দক্ষিণ দিল্লীৰ হাউজ খাস এলেকাত কানাডাৰ যুৱতীৰ অভিষেক নামৰ এগৰাকী যুৱকৰ সৈতে চা-চিনাকী হয়৷ তাৰ পিছতে পুনৰাই সাক্ষাৎ কৰিবলৈ কয় অভিষেকে যুৱতীক৷