Home ৰাজ্যনলবাৰী বৰভাগত কৰ্কট ৰোগ সম্পৰ্কত বিশাল সজাগতা সভা

নলবাৰী বৰভাগত কৰ্কট ৰোগ সম্পৰ্কত বিশাল সজাগতা সভা

by News Desk
A+A-
Reset
f9fb1c36-ee07-4618-bc21-91c0717ff933

নলবাৰীঃ নলবাৰী জিলাৰ বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত আজি দিনৰ দহ বজাৰপৰা এখন কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত জি এম চি কৰ্কট প্ৰতিষ্ঠানৰ কেইবাগৰাকী কৰ্কটৰোগ বিশেষজ্ঞ উপস্থিত থাকি বিশ্বত কৰ্কট ৰোগে সৃষ্টি কৰা বিভীষিকাৰ লগতে অসমতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৰু তাৰ প্ৰতিকাৰ সম্পৰ্কত বিতংকৈ আলোচনা কৰে। 

অসমত বিশেষকৈ মুখগহ্বৰ, ডিঙি, খাদ্যনলী, পিত্ত, মহিলাৰ জৰায়ু, স্তন আদিত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ তথ্যয়ো চিকিৎসক গোটটোৱে সদৰি কৰে। বিশেষজ্ঞ সকলে উপস্থিত লোক সকলক অভয় দান কৰি কয় যে এই ৰোগৰ চিকিৎসা আছে। এই বেমাৰ আৰোগ্যই হয় মাথো উপযুক্ত সময়ত চিকিৎসা কৰিব লাগিব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0