newsnextone.com | বঢ়মপুৰঃ অসমীয়া জাতিৰ নিজস্ব ইতিহাস আছে৷ অসমীয়াৰ জাতিৰ পূৰ্বপুৰুষসকল চহকী আহিল৷ সেই কথা নতুনকৈ কোৱাৰ নাইবা প্ৰমাণ কৰাৰ প্ৰয়োজন নাই৷ ইতিহাস ফহিয়াই চালে এই কথা জল-জল পট পট কৈ ওলাই পৰে৷ উজনি-নামনিৰ ইতিহাস তথা ইতিহাস সম্বলিত সমল সমূহ উনুকিয়াই চালে সকলো স্পষ্ট হৈ পৰে৷ শংকৰদেৱৰ কালৰ পৰা চালে অসমীয়া জাতিৰ পূৰ্বপুৰুষ যে চহকী আছিল সেই কথা স্পষ্ট হৈ পৰে৷ গীত, মাত, নৃত্য, সাহিত্য, যুদ্ধত পাকৈত আছিল সেই কথা নতুনকৈ কোৱাৰ প্ৰযোজন নাই৷
