Home ৰাজ্যদুৰ্নীতি উদঙালেঃ সাংবাদিকৰ বিৰুদ্ধে গোচৰ লুণ্ঠনকাৰীৰ

দুৰ্নীতি উদঙালেঃ সাংবাদিকৰ বিৰুদ্ধে গোচৰ লুণ্ঠনকাৰীৰ

by News Desk
58 views
A+A-
Reset

মুকালমুৱাঃ দুৰ্নীতি-অনিয়ম উদঙোৱা সাংবাদিক অথবা সমাজকৰ্মী অসাধুৰ দ্বাৰা  নিগ্ৰহৰ বলি হোৱা ঘটনা ভাৰতত বিৰল নহয়। সম্প্ৰতি এনে এক ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত। দুৰ্নীতি-অনিয়ম তথা বিভিন্ন অভিযোগৰ বাতৰি প্ৰকাশ কৰাৰ ক্ষোভত নলবাৰীৰ বৰক্ষেত্ৰীৰ এজন জেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে বৰক্ষেত্ৰীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই মুকালমুৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰাৰ তথ্য পোহৰলৈ আহিছে।

প্ৰাপ্ত অভিযোগ অনুসৰি, যোৱা ১২ জুনৰ দিনৰ ২ বজাত বৰক্ষেত্ৰীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত একাংশ শিক্ষকে দীৰ্ঘদিন ধৰি দৰমহা লাভ  নকৰা তথা এই ক্ষেত্ৰত শিক্ষা বিষয়াজনে বিশেষ গুৰুত্ত্ব নিদিয়াৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0