Home ৰাজ্যঅৰ্থহীন হ’ল কেছলেছ ধ্বনিঃ চাহ শ্ৰমিকক নগদভাৱে মজুৰি

অৰ্থহীন হ’ল কেছলেছ ধ্বনিঃ চাহ শ্ৰমিকক নগদভাৱে মজুৰি

by News Desk
58 views
A+A-
Reset

গুৱাহাটীঃ বুমেৰাং হ’ল নৰেন্দ্ৰ মোদী চৰকাৰৰ কেছলেছ অথবা নগদহীন অৰ্থনীতিৰ ধ্বনি। ক’লাধন, জালনোটৰ ভাণ্ডাৰ, সন্ত্ৰাসবাদী পুঁজি ধ্বংসৰ হুংকাৰেৰে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰৰ ৮ নৱেম্বৰৰ সন্ধিয়া পুৰণি পাঁচশ আৰু এহেজাৰ টকীয়া নোট নিষিদ্ধ কৰাৰ পাছতে দেশত কেছলেছ অৰ্থনীতি গঢ়াৰ লক্ষ্য লোৱা বুলি ঘোষণা কৰে।

সেই অনুসৰি অসমতো সৰ্বানন্দ সোণোৱাল চৰকাৰে সকলো চৰকাৰী-বেচৰকাৰী লেনদেন নগদহীন কৰিবলৈ তৎপৰ হৈ উঠে। এইক্ষেত্ৰত বিশেষকৈ চাহ বাগিচাসমূহক লৈ চৰকাৰখন অধিক সক্ৰিয় হৈ উঠে। কাৰণ চাহ শ্ৰমিকসকলে সাপ্তাহিক অথবা পষেকীয়া মজুৰি নগদভাৱে গ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0