Home ৰাজ্য৫মাহ অতিক্ৰম, ধৰা নপৰিল লাফিকুল হত্যাকাৰী, কোকৰাঝাৰত চিবিআইৰ দল

৫মাহ অতিক্ৰম, ধৰা নপৰিল লাফিকুল হত্যাকাৰী, কোকৰাঝাৰত চিবিআইৰ দল

by News Desk
56 views
A+A-
Reset

কোকৰাঝাৰঃ সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই পাঁচমাহ অতিক্ৰম কৰিলে যদিও আজিলৈ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল অসম আৰক্ষীয়ে। ৰাজ্য কঁপোৱা লাফিকুল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চৰকাৰে প্ৰথমে এচআইটিক অৰ্পণ কৰিছিল যদিও বিভিন্ন দল সংগঠনৰ দাবীত অৱশেষত চৰকাৰে হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰে।

শুকুৰবাৰে গোচৰটোৰ চৰমজিন তদন্ত কৰিবলৈ চিবিআইৰ তিনিজনীয়া দল এটাই কোকৰাঝাৰত উপস্থিত হয়। চিবিআইৰ অধীক্ষক উপেন্দ্ৰ কুমাৰ আগৰৱালাৰ নেতৃত্বত তদন্তকাৰী দলটোৱে কোকৰাঝাৰত উপস্থিত হৈ হত্যাকাণ্ড সংঘটিত হোৱা তিতাগুৰীৰ জেএন ট্ৰেডাৰ্চত উপস্থিত হৈ ঘটনাস্থলী পৰিভ্ৰমণ কৰাৰ লগতে ছালাকাটি ষ্টেট বেংকতো প্ৰয়াত লাফিকুলৰ একাউণ্ট পৰীক্ষণ কৰে বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0