ডিজিটেল ডেস্ক,নতুন দিল্লীঃ চিবিআই ডাইৰেক্টৰ আলোক বাৰ্মাক হঠাৎ মাজনিশা ছুটীত যাবলৈ দিয়া সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত চিবিআই ডাইৰেক্টৰ আলোক বাৰ্মাই এক গোচৰ দিছিল। আজি এই গোচৰৰ শুনানী চলি আছে উচ্চতম ন্যায়ালয়ত।
এই বিষয়ে চেণ্ট্ৰেল ভিজিলেঞ্চ কমিচনক উচ্চতম ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিছে। দুই সপ্তাহৰ ভিতৰত তদন্ত কৰি আদালতক বন্ধ খামৰ ভিতৰত ৰিপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।এই তদন্তৰ তত্ত্বাবধান কৰিব অবসৰপ্রাপ্ত বিচাৰপতি একে পট্টনায়কে