Home ৰাজ্যশনিবাৰে ঘোষণা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

শনিবাৰে ঘোষণা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

by News Desk
54 views
A+A-
Reset

www.newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে ৰাজ্যজুৰি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচাহৰ বন্যা বৈছে৷ ৫৬.০৪ শতাংশ উৰ্ত্তীৰ্ণৰ হাৰেৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিগত বৰ্ষসমূহতকৈ কিছু পৰিমাণে হ’লেও উন্নত হোৱা দেখিবলৈ পোৱা গৈছে৷ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতি অৰ্জন কৰি নিজৰ বিদ্যালয়খনলৈ, পৰিয়াল আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ এদিন পিছতেই শনিবাৰে ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল৷ ৰাজ্যৰ মুঠ ১১,৮৬,৩০৬ গৰাকী শিক্ষাৰ্থীয়ে অৱৰ্তীৰ্ণ হোৱা চিবিএছই পৰীক্ষাৰ ফলাফল তিনিটা ৱেৱটাইট যোগে প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0