50
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক লৈ চিন্তিত হৈ পৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়।
কিয়নো পাক চৰকাৰে এতিয়ালৈ কুলভূষণক ক’ত ৰাখিছে সেই কথা এতিয়ালৈ ভাৰত চৰকাৰক ভালদৰে জনোৱা নাই পাক চৰকাৰে।