Home ৰাজ্যমুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপত দিলে জাতীয় নায়ক মুৰ্দাবাদ ধ্বনি, চাবুৱাত আছুৰ উত্তাল প্ৰতিবাদ

মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপত দিলে জাতীয় নায়ক মুৰ্দাবাদ ধ্বনি, চাবুৱাত আছুৰ উত্তাল প্ৰতিবাদ

by News Desk
A+A-
Reset
8b3c88f5-8ccd-46bf-bf23-44417811ac16

newsnextone.com | চাবুৱাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেইবাটাও সংগঠনৰ লগতে আছুৰ নেতৃত্বত উত্তাল প্ৰতিবাদ অব্যাহত আছে৷ সোমবাৰেও আছুৱে ৰাজ্যৰ কেইবা ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি আৰু অসমৰ পৰা হিন্দু-মুছলমান উভয় বিদেশীক বিতাড়ণ কৰাৰ দাবী জনাই সোমবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সমূহৰ সহযোগত কেইবাশতাধিক লোকে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধেয়কখন বাতিলৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ সমীপত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি সমদল উলিয়াই আছুৱে৷ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, মোডী চৰকাৰ হায় হায়, খেদ অ খেদ বাংলাদেশী খেদ, চাবুৱাবাসী ৰাইজ আজি জাগিছে, অসমবাসী আজি জাগিছে আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0