Home ৰাজ্যচাবুৱাত ইটা ভাটাই বিপদ মাতিছে জনজীৱনলৈ, শুই আছে মুখ্যমন্ত্ৰীৰ জিলাৰ প্ৰশাসন

চাবুৱাত ইটা ভাটাই বিপদ মাতিছে জনজীৱনলৈ, শুই আছে মুখ্যমন্ত্ৰীৰ জিলাৰ প্ৰশাসন

by News Desk
67 views
A+A-
Reset

চাবুৱাঃ দেশৰ ৰাজধানী নতুন দিল্লীত কিছুদিন পূৰ্বে প্ৰদুষণ তথা কলা ধোৱাই ছানি ধৰাত সমগ্ৰ দিল্লী চহৰখনতে বিভিন্ন বেমাৰ-আজাৰৰ লগতে চহৰবাসীৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল৷ তাৰ পিছতে দিল্লী চৰকাৰে ইয়াৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল দিল্লী চৰকাৰে যাতে প্ৰতিবছৰে সন্মুখীন হোৱা প্ৰদুষণৰ পৰা ৰক্ষা পায় ৰাজধানীবাসীয়ে৷ দিল্লীৰ ঘটনাৰ পৰা কিন্তু অলপো শিক্ষা নললে আমাৰ ৰাজ্য চৰকাৰে । কিয়নো এতিয়াও ৰাজ্যখনৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা ইটা ভাটাই অঞ্চলসমূহৰ জনজীৱনলৈ কঢ়িয়াইছে প্ৰচণ্ড ভাবুকি৷

উদাহৰণ স্বৰূপে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৮ টা ইটা ভাটা ৷ ইটা ভাটাই অঞ্চলবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অঞ্চলটোৰ কদমণি, আমগুৰি-পোলোঙা, উদালগুৰি, কপৌহুৱা, বিলঙনী আদি বিভিন্ন অঞ্চলৰ ইটাভাটাসমূহে চুড়ান্ত অন্যায়-অনিয়মেৰে সকলো নীতি-নিয়ম জলাঞ্জলি দি ইটা প্ৰস্তুত কৰি থকাৰ পিছতো জিলা প্ৰশাসনে সকলো দেখিও নেদেখাৰ ভাওঁ ধৰা বিষয়টোৱে অঞ্চলটোত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0