চাবুৱাৰ জলপনীয়া চাহ বাগিচাত মৃতদেহ উদ্ধাৰ

Home ৰাজ্যচাবুৱাৰ জলপনীয়া চাহ বাগিচাত মৃতদেহ উদ্ধাৰ

চাবুৱাৰ জলপনীয়া চাহ বাগিচাত মৃতদেহ উদ্ধাৰ

by News Desk
53 views
A+A-
Reset

ডিব্ৰুগড়ঃ তিনিচুকীয়া-ডিব্ৰুগড় জিলাৰ সীমান্তৰ জলপনীয়া চাহ বাগিচাৰ নলাত শনিবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ স্থানীয় একাংশ লোকে পুৱাই মৃতদেহটো নলাত পৰি থকা প্ৰত্যক্ষ কৰাত হাহাকাৰ লাগে বাগিচা খনত৷

তিনিচুকীয়া সদৰ অাৰক্ষী থানাৰ অধিনৰ পানীতোলা অাৰক্ষী চকীৰ অন্তৰ্গত চাহ বাগিচা খনত উদ্ধাৰ হোৱা মৃতদেহটো চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ বিনোদ ফুকন (৪৫) বুলি চিনাক্ত কৰে আৰক্ষীয়ে৷ মৃতদেহত আঘাতৰ চিন আৰু তেজৰ চেকুৰা লাগি থকা দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰে ৰাইজে৷ অাৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0