Home ৰাজ্যখিলঞ্জীয়াক চৰম অপমান-তাচ্ছিল্য কৰা সৰ্বা-হিমন্তক কঠোৰ সকীয়নি ৰাইজৰ

খিলঞ্জীয়াক চৰম অপমান-তাচ্ছিল্য কৰা সৰ্বা-হিমন্তক কঠোৰ সকীয়নি ৰাইজৰ

by News Desk
71 views
A+A-
Reset

ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাতো গৃহীত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বি জে পিৰ অসম-বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ উত্তাল হৈ পৰিছে৷

উজনি-নামনি আৰু মধ্য অসমৰ আবাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বি জে পিৰ অসমবিৰোধী নীতিৰ বিৰুদ্ধে৷ বিশেষকৈ একালৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসমৰ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ যিগৰাকী নেতাক একালত অসমৰ ৰাইজে ফুলৰ মালা পিন্ধাইছিল, সেইগৰাকী নেতাক আজি অসমৰ ৰাইজে লেই লেই ছেই ছেই কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0