Home ৰাজ্যসোণোৱাল অসমৰ আটাইতকৈ ভীৰু মানুহ হিচাপে পৰিচিত হৈ ৰ’ব, মুখ্যমন্ত্ৰীৰ সমষ্টিত সমবেত হ’ল হাজাৰ হাজাৰ লোক

সোণোৱাল অসমৰ আটাইতকৈ ভীৰু মানুহ হিচাপে পৰিচিত হৈ ৰ’ব, মুখ্যমন্ত্ৰীৰ সমষ্টিত সমবেত হ’ল হাজাৰ হাজাৰ লোক

by News Desk
54 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ হাজাৰ হাজাৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব নিদিয়াৰ হুংকাৰ দি শুকুৰবাৰে ওলাই আহিল৷ ভাল দিনৰ সপোন দেখুৱাই শাসন আৰু ক্ষমতালৈ অহা বিজেপিয়ে এতিয়া আমাক বাংলাদেশীৰ বোজা দিব বিচাৰিছে বুলি কৈ ঘৰৰ পৰা ওলাই আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ৰাইজ সমবেত হ’ল শুকুৰবাৰে৷

একেখন মঞ্চত ৫৮টা জাতীয়-জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ চাবুৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ নামৰে গঠন কৰি মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত শুকুৰবাৰে আহ্বান কৰে গণ সমাবেশ৷ পুৱাৰে চাবুৱা বিধান সভা সমষ্টিৰ কেইবা হাজাৰ লোক পুৱাই ঘৰৰ পৰা ওলাই আহি হুংকাৰ দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷ উমৈহতীয়া মঞ্চ খনে মুখ্যমন্ত্ৰীক জাতিৰ স্বাৰ্থত জাতীয় নায়কৰ ভূমিকা পালন কৰিবলৈ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0