Home ৰাজ্যচাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল, অসমীয়াক ভগনীয়া কৰিব দিয়া নহ’ব

চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল, অসমীয়াক ভগনীয়া কৰিব দিয়া নহ’ব

by News Desk
A+A-
Reset
e81904cb-87d5-46ae-81ea-c31d74fd82e9

newsnextone.com | চাবুৱাঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। অসমৰ দল-সংগঠন, শিল্পী সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ মুঠৰ ওপৰত কোনেও বাদ পৰা নাই৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ 

সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে জোঁৰ সমদল উলিয়াই আকাশ বতাহ কঁপাই তোলে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0