Home ৰাজ্যচাবুৱাৰ ৰাজপথত আৰক্ষীৰ অভিযান, যান-জোঁট নিয়ন্ত্ৰণৰ চেষ্টা

চাবুৱাৰ ৰাজপথত আৰক্ষীৰ অভিযান, যান-জোঁট নিয়ন্ত্ৰণৰ চেষ্টা

by News Desk
62 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ ব্যস্ত টাউন চাবুৱাত দিনক দিনে যান-জোঁট বৃদ্ধি পাই আহিছে৷ শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদিৰ ভৰি পৰা টাউন খনত নিতৌ সৃষ্টি হয় যান-জোঁট৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰিক্সা, বাইক, শ-শ সৰু-বৰ গাড়ীৰ সংখ্যা বৃদ্ধি পাই অহাত যান-জোঁট ক্ৰমে বৃদ্ধি হোৱাত সময়ে সময়ে ৰাইজ সমস্যাত পৰে৷ 

যোৱা কেইবাটাও দিনত টাউন খনৰ বিভিন্ন ঠাইত ব্যাপক যান-জোঁটৰ সৃষ্টি হৈছে৷ সময়ে সময়ে স্থানীয় আৰক্ষীৰ বিৰুদ্ধে যান-জোঁট নিয়ন্ত্ৰণ ৰোধ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হয় যদিও মঙলবাৰে ৰাজপথলৈ ওলাই আহিল খোদ চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন সোণোৱাল৷ নিজে ৰাজপথত থিয় দি গাড়ী-মটৰ আতৰাই ৰাজপথৰ যান-জোঁট ভাঙি দিয়া দেখা যায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0