Home ৰাজ্যযুৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ পুনৰ সষ্টম চাবুৱা আৰক্ষী

যুৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ পুনৰ সষ্টম চাবুৱা আৰক্ষী

by News Desk
71 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ যুৱ প্ৰজন্মক ধ্বংস কৰিব খোজা কোনো অবৈধ ব্যৱসায় চলিব নিদিয়াৰ হুংকাৰ দি পুনৰ সষ্টম হৈ পৰিছে ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী৷ মদ, গাঞ্জা, ড্ৰাছৰ দৰে বৰবিহৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত চাবুৱা আৰক্ষীয়ে বিগত সময়ত অবৈধ মদকে ধৰি বিভিন্ন ঘাটি উৎসাত কৰি আহিছে৷ আৰক্ষীয়ে এনে ঘাটি সমূহ পুনৰ আৰম্ভ হোৱাৰ খবৰ লাভ কৰাত পুনৰ আৰম্ভ কৰিছে ঘাটি উচ্ছেদ অভিযান৷

বৃহস্পতিবাৰে মদ, জুৱাৰ ঘাটিত পুনৰ অভিযান আৰম্ভ কৰিছে চাবুৱা আৰক্ষীয়ে৷ বিগত দিনত চাবুৱা অঞ্চলত অবৈধ মদ, লালিগুড়ৰৰ ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে বৃহস্পতিবাৰৰ পৰা পুনৰ অভিযান আৰম্ভ কৰি সফলতা লাভ কৰিছে চাবুৱা আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0